PM Narendra Modi in Assam: ‘‘কংগ্ৰেছে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰী ৰাখিছিল, বিঘাই বিঘাই ভূমি দখল কৰিবলৈ দিছিল কংগ্ৰেছে’’, হোজাইত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তুলাধূনা প্ৰধানমন্ত্ৰী মোদীৰ

সোমবাৰে হোজাইত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফুলাম গামোচা, জাপি, ডিমাছা গামোচা, কাৰ্বি পৰম্পৰাগত পোছাক আৰু সফুঁৰাৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী মোদীক।



সোমবাৰে হোজাইত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফুলাম গামোচা, জাপি, ডিমাছা গামোচা, কাৰ্বি পৰম্পৰাগত পোছাক আৰু সফুঁৰাৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী মোদীক। কাৰ্বি আৰু ডিমাছা ভাষাত ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘অসমত এইবাৰ বিজেপিৰ সৰ্ববৃহৎ বিজয় হ’ব। আপোনালোকৰ মনতো আহিছে আকৌ এবাৰ মোদী চৰকাৰ। হোজাইক আমি বেলেগ এখন জিলা বনালোঁ। কিন্তু কংগ্ৰেছে হোজাইক কষ্টত ৰাখিছিল। অসমত ৰাস্তা, ৰেল, বিজুলীৰ কঠিন সমস্যা আছিল।

Post a Comment

Previous Post Next Post